অধ্যয়ন নির্দেশিকা আৰু ৰণ কৌশল

নিজকে স্ব-প্রনোদিত কৰা

খন্ড ২ঃ
স্ব-প্রনোদন ঃ
বার্হিক প্রনোদন

বার্হিক প্রনোদন আহে আপোনাৰ বাহিৰৰ জগতখনৰ পৰা
ই তাৎক্ষণিক হয়, দীর্ঘকালীন নহয়। ই এটা পুৰষ্কাৰ আনকি শাস্তিৰ ৰূপতো আহিব পাৰে। ইয়াত আনৰ আৱশ্যকতাও সন্নিবিষ্ট থাকে যিবোৰে আপোনাক প্রভাবিত কৰে।

উদাহৰনঃ

  • মই পৰীক্ষা লও।
  • মই কামত বেছি দক্ষ হৈ পৰো ।
  • মই মোৰ নির্দ্ধাৰিত কৰণীয় কাম (assignment) সম্পূর্ণ কৰো
  • মই প্রশিক্ষকৰ নির্দেশনা অনুসৰণ কৰো।
  • মই শ্রেনীত চেলফ’ন বন্ধ কৰি ৰাখো।
  • মই আৱশ্যকীয় পাঠ্যক্রম নির্বাচন কৰোঁ
  • মই পঠন কার্য্য (reading assignment) সম্পন্ন কৰো

আপোনাৰ পঠন সম্পর্কীয় পচন্দ সমূহ কোনে প্রভাবিত কৰে? আপুনি কি কেনেকৈ, কেতিয়া শিকিব লাগে এই কথাবোৰ কোনে নিয়ন্ত্রণ কৰে বুলি ভাবে?

পিতৃ-মাতৃ/অভিভাৱক সন্তান স্বামী /স্ত্রী বেঙ্ক / ঋণদাতা বিষয়া
শৈক্ষিক উপদেশন শিক্ষক নিয়োগ কর্তা অন্য

  • কেনেকৈ এই ব্যক্তি নাইবা কার্যালয়ে আপোনাৰ শিক্ষাক প্রভাবিত কৰে , চমুকৈ বর্ণনা কৰক ।)
  • আপু্নি লাভ কৰিবলৈ কি আছে?
  • যদি আপুনি এই সকলো বিলাকৰ প্রভাৱৰ বিষয়ে পৰিষ্কাৰ ভাবে বুজিব খোজে, তেনেহলে কোন তৃতীয় পক্ষৰ কাষ চাপিব?
    ( সেই সকলৰ নাম ব্যৱহাৰ নকৰিব, বন্ধু, শিক্ষক, প্রশাসক ইত্যাদি পৰিচয় সূচক শব্দহে ব্যৱহাৰ কৰক।

খণ্ড ৩ঃ বাহ্যিক প্রনোদনক আভ্যন্তৰীণ প্রনোদনলৈ পৰিবর্তন ঘটাওকঃ পৰিপ্রেক্ষাত চকু ৰাখক

প্রজ্ঞান, তিনিচুকীয়া
মহাবিদ্যালয় 
To read Assamese text, please
download the Avro Keyboard
or the font SolaimanLipi