অধ্যয়ন নির্দেশিকা আৰু ৰণ কৌশল

শিকাৰু সকলৰ কাৰণে সাপ্তাহিক পৰিকল্পনাঃ

সময় ব্যৱস্থাপনাঃ

এটা বিশেষ সপ্তাহ কেনেকৈ কটাবা সুনিশ্চিত কৰি সাপ্তাহিক কর্মসূচী তৈয়াৰ কৰা ।
আগতে কৰি অহা কামৰ বাবে কৰা প্রস্তুতিৰ বাবে যিমান
সময় যায় সেই সময়খিনি প্রতিটো দিনৰ মুঠ সময়ৰ পৰা বাদ দিয়া।

Hours remaining:

দৈনন্দিন কার্যসূচী সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ দেওবাৰ

শ্রেণীত উপস্থিত থকা সময়

অধ্যয়নৰ সময়

শোৱাৰ সময়
যোগ ব্যায়াম, খেলা-ধূলা আদিৰ বাবে সময়
বিভিন্ন কামত ঘৰে বাহিৰে কটোৱা সময়
পৰিয়ালৰ প্রতি দিব
লগা সময়
নিজৰ কাৰণে লোৱা যত্নৰ সময় /ঘৰোৱা কাৰোবাৰ আল পৈচান ধৰোতে লোৱা সময়
খাদ্য প্রস্তুত কৰা, খোৱা, চাফ-চিকুণ কৰোতে লোৱা সময়
শিক্ষানুষ্ঠান বা আন কামলৈ অহা-যোৱা কৰোতে লোৱা সময়
অকলে মুকলি-মূৰিয়াকৈ টি.ভি চোৱা , খেলা ইত্যাদিৰ বাবে সময়
বন্ধু-বান্ধৱৰ লগত অ’লৈ ত’লৈ যোৱা , বা আনন্দ-ফূর্তীৰ কাৰণে কটোৱা সময়
অন্যান্য কিবা কাৰণত খৰচ হোৱা সময়

এই নির্ধাৰিত সাপ্তাহিক কর্মসূচি প্রসঙ্গ নির্দেশৰ বাবে আৰু পুনর্নিৰীক্ষণৰ সুবিধাৰ বাবে অনবৰতে থকাকৈ ছপা কৰি থোৱা।
( ছপাৰ সময়ত টেবুলখন দেখি থকাকৈ লেন্ডস্কেপ বিকল্প ব্যৱহাৰ কৰা)


কেনেকৈ কৰিবা? ছপা কৰি ওলিৱাই লোৱা।
  1. সময়ৰ ব্যৱস্থাপনা
  2. মোৰ দিনটোৰ কার্যসূচীঃ
  3. শিকাৰু সকলৰ কাৰণে সাপ্তাহিক পৰিকল্পনাঃ--সময় ব্যৱস্থাপনাঃ
  4. সময় ব্যৱস্থাপনাঃ লক্ষ্য/ উদ্দেশ্য আৰু প্রাধান্য বা অগ্রাধিকাৰ
  5. সময়ৰ ব্যৱস্থাপনাঃ শিক্ষানুষ্ঠানৰ দিন বাৰৰ তালিকা অনুযায়ী কর্মসূচী নির্ধাৰণঃ