* index * search * visitor center *

কামকাজৰ পৰিকল্পনাৰ জড়িয়তে মানসিক চাপৰ ব্যৱস্থাপনাঃ  

মানুহে কিদৰে মানসিক চাপৰ
মুখা-মুখি হয়—তাৰ ওপৰতে
নির্ভৰ কৰে তেঁওলোকে দু্র্ভাগ্যৰ
পৰা লাভান্বিত হ’ব নে ক্ষতিগ্রস্ত হ’ব ।

মিহেলি ছিকঝেনমিহেলাই
ক্রোৱেছিয়ান/আমেৰকান (১৯৩৪)

প্রজ্ঞান,
তিনিচুকীয়া
মহাবিদ্যালয়

To read Assamese text, please
download the Avro Keyboard
or the font
SolaimanLipi

কামকাজৰ পৰিকল্পনা কৰক, চাপ নিয়ন্ত্রণ কৰক

  • কামকাজবোৰ পৰিকল্পিতভাৱে কৰক।
    অগ্রাধিকাৰ ভিত্তিত কর্তব্য নিৰূপন কৰক । এনেদৰে আপুনি মানসিক
    চাপৰ পৰা মুক্ত হ’ব পাৰিব। আপুনি কৰিব লগা তিনিটা গুৰুত্বপূর্ণ কাম ইয়াত সন্নিবিষ্ট কৰক।
  • প্রতিটো কাম আকৌ তিনিটা ভাগত ভগাই লওক
  • সংগঠিত কৰক ।
    প্রাৰম্ভিক নিশ্চিত তাৰিখ (১)ৰ পৰা সুদূৰৰ ( ১২) স্থানলৈকে থকা কামৰ মাজৰ পৰা প্রয়োজন বোধেৰে নির্বাচন কৰি পুনৰ সজাই তোলক আৰু অগ্রাধিকাৰ নির্ণয় কৰক।

প্রাৰম্ভিক নিশ্চিত তাৰিখ (১)ৰ পৰা সুদূৰৰ ( ১২) স্থানলৈকে থকা কামৰ মাজৰ পৰা প্রয়োজন বোধেৰে নির্বাচন কৰি পুনৰ সজাই তোলক আৰু অগ্রাধিকাৰ নির্ণয় কৰক।

ছপা কৰক আৰু কৰণীয় তালিকা হিচাপে পঠিয়াই দিয়ক  


Translation by Rana Kumar Changmai, Editor-in-Chief, Pragayan, Tinsukia College :
ৱেব চাইট সম্পর্কে দুআষাৰঃ জো লেণ্ডচবার্জাৰে ১৯৯৬ চনৰ পৰা এই স্টাডি গাইডস্ এণ্ড স্টেটেজি ৱেব চাইটখন তৈয়াৰ কৰিছে । ইয়াৰ ওপৰত গৱেষণা কৰিছে আৰু ইয়াৰ ৰক্ষণাবেক্ষণ কৰিআছে । শিকাৰুসকলৰ সহায় কৰাৰ বাবে যিকোনো আবাণিজ্যিক উদ্যোগ যদি এই ৱেবচাইটৰ বিষয়বস্তু গ্রহণ, বিতৰণ, পূণর্মূদ্রণ ইত্যাদি কৰিব বিচাৰে তাৰ বাবে অনুমতি দিয়া । কেৱল এই কথাত  সতর্ক থাকিব লাগে যে এই ৱেবচাইটৰ বিষয়বস্তুৰ নিয়মীয়া আৰু নৱীকৰণ কৰা হৈ থাকে । এই বিষয়ে আমি আমাৰ চাইট দর্শক সকলকো স্বাগত জনাও । সেয়েহে যদি কোনো অংশ ইন্টাৰনেটতে পুনৰুপস্থাপনৰ দৰকাৰ হয়, সেই ক্ষেত্রত আমাৰ লগত লাইছেন্স চুক্তি পত্র কৰি লোৱা ভাল । আপোনাৰ চাইটতে আমাৰ সংযোগ উপস্থাপনৰ বাবে কোনো অনুমতি নে লাগে ।